শ্ৰীমন্ত শংকৰদেৱ : চমু বংশ পৰিচয়
শ্ৰীমদ্ভাগৱতৰ দশম স্কন্ধত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নিজৰ পৰিচয় দি লিখিছে...
বৰদোৱা নামে গ্ৰাম শস্যে মৎস্যে অনুপাম
লৌহিত্যৰ অতি অনুকূল |
সেহি মহাগ্ৰামেশ্বৰ আছিলন্ত ৰাজধৰ
কায়স্থ কুলৰ পদ্মফুল |
তানে পুত্ৰ সূৰ্য্যবৰ মহাবৰা দেশধৰ
দানী মানী পৰম বিশিষ্ট |
যাৰ যশ এভো জ্বলৈ জয়ন্ত মাধৱ দলৈ
দুই ভাই যাহাৰ কনিষ্ঠ ||
তানে পুত্ৰ কুলোদ্ধাৰ ভৌমিক মধ্যত সাৰ
প্ৰসিদ্ধ কুসুম নাম যাৰ |
তানেসুত শিশুমতি কৃষ্ণপাৱে কৰি নতি
১৫_০৫_২০২০
শ্ৰৱনে মুক্তি সাধকম : ১ :