গুৰুজনাৰ প্ৰথমটো কবিতা

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথম কবিতা 

কৰতল কমল কমল দল নয়ন |
ভৱদব দহন গহন বন শয়ন ||
নপৰ নপৰ পৰ সতৰত গময় |
সভয় মভয় ভয় মমহৰ সততয় ||
খৰতৰ বৰ শৰ হত দশ বদন |
খগচৰ নগধৰ ফণধৰ শয়ন ||
জগদঘ মপহৰ ভৱভয় তৰণ |
পৰপদ লয়কৰ কমলজ নয়ন ||
ভকতৰ ভয়হৰ ভগৱন শৰণ |
শঙ্কৰ কহৰহ নমৰহ মৰণ ||

১৫_০৫_২০২০
শ্ৰৱনে মুক্তি সাধকম : ২ :

Popular posts from this blog

বৰগীত : ৰাগ আশোৱাৰী

শ্ৰীমন্ত শংকৰদেৱ : চমু বংশ পৰিচয়

ভক্তি ৰত্নাকৰ : আধ্যাত্মিক একলম